- Maulanafazlul Karim - 1]বিষয়ৰ ওপৰত থাকি 8 ৰাকাতৰ হাদীছটো দিলেই কাম শেষ৷ ....2]হাদীছৰ ওপৰত কথা কোৱা মানুহ 8 ৰাকাতৰ হাদীছটো দাঙি ধৰিলেই হল৷ মূল বিষয়টো বাদ দি আৱেগেৰে মানুহক বিভ্ৰান্ত কৰিব বিচাৰিছে কিয়?..3]- চহী হাদীছত বোলে 8 ৰাকাতহে আহিছে৷ লগে লগে আমি হাদীছটো বিচাৰিলো৷ দি দিলে কিয়ামুল লাইলৰ এটা হাদীছ নিজাববীয়াকৈ তাৰাবীহ শব্দটো ভৰাই বাংলাত তৰ্জমা কৰি দিলে৷ কিন্তু অৰিজীন স্ক্ৰীপচাৰত তাৰাবীহ শব্দটোৱেই নাই৷ কেইজনমান মহা পণ্ডিতে কিয়ামুল লাইল মানেই তাৰাবীহ নিজৰ মইমতালি ব্যাখ্যা দিলে৷ ....[এইবোৰ Maulanafazlul Karim চাহেবৰ কথা]...আমি উত্তৰত কওঁঃ-+++++++++++++++++++++++++++++++++++ প্রথমেই কওঁ যি “তাৰাবীহ” শব্দক কোৰআন/হাদীচত বিচাৰি তাৰ দলীল বিচাৰিব তেওঁ মূর্খ/গুমৰাহিৰ ৰাজ্যত বিচৰণ কৰা এজন মানুহ হ’ব লাগিব। সকলো Night prayers ক “Salat al-layl/কিয়ামুল লাইল” কোৱা হয়। ৰমজান মাহত এই নামাজক কোৱা হয় “তাৰাবীহ” আৰু আন মাহত কোৱা হয় “তাহাজ্জুদ”।ৰমজান মাহত ৰছুল কৰিমে((peace and blessings of Allaah be upon him) ৱিতিৰসহ এঘাৰ ৰাকাতেই পঢ়িছিল। (ইচ্ছা কৰিলে দুই দুই ৰাকাতকৈ আনে যিমান পাৰে পঢ়িব পাৰে)।
এই কথাওঁ আমি মনত ৰখা ভাল হ’বযে ৰমজান মাহত ৰছুল কৰিমে((peace and blessings of Allaah be upon him) ৱিতিৰসহ এই এঘাৰ ৰাকাতেই চালাত গোটেই ৰাতি পঢ়িছিল। গতিকে “তাহাজ্জুদ” পঢ়াৰ প্রশ্নই নাহে। Taraweeh and Tahajjud are separate Salaahs and Tahajjud is generally performed after sleeping while Taraweeh is performed after Esha.Dalil-sahih Hadith:-[1]-Narrated Abu Salama ibn Abdur Rahman that he asked Aisha (Allah be pleased with her), "How was the prayer of Allah's Apostle (Peace be upon him) in Ramadan?" She replied, "He did not pray more than eleven raka'at in Ramadan or in any other month. He used to pray four raka'at - let alone their beauty and length - and then he would pray four - let alone their beauty and length - and then he would pray three rak'aat (witr)." She added, "I asked, 'O Allah's Apostle! Do you sleep before praying thewitr?' He replied, 'O Aisha, My eyes sleep but my heart does not sleep.'" (Bukhari, 3/230, English edn)[2]- The hadeeth of Ibn ‘Umar according to which a man asked the Messenger of Allaah (peace and blessings of Allaah be upon him) about prayer at night. The Prophet (peace and blessings of Allaah be upon him) said: “Prayers at night are to be offered two by two (two rak’ahs at a time). If any of you fears that the time of dawn is approaching then let him pray one rak’ah as Witr.”(Narrated by al-Bukhaari, 846; Muslim, 749)[3]- Is Ramadhan Taraweeh 8 or 20 Rakat by Dr Zakir Naik##
Dear brothers and sisters just to clarify, if...YOUTUBE.COM - Maulanafazlul Karim চগুদ চাহাব,
মই মুৰ্খ হয় নে নহয় সেয়া পিছত হব৷ কিয়ামুল লাইল মানে তাৰাবীহ বুলি কোনো অভিধানত পোৱা নাই আৰু কোনো হাদীছত থাকিলে পেছ কৰিব৷ কাৰন আপোনালোক আহলে হাদীছ৷ হাদীছ বিনে একো নাকয়৷ - Sogood Islam Syeds ৰমজান মাহত কিয়ামুল লাইল মানে তাৰাবীহ বুলি আপুনি নেজানে?তাকে কওঁক। ঠিক আছে ,আপোনালোকক কোনে অধিকাৰ দিলেযে ফিৎৰা পৰিমান ১৬৩৩গ্রাঃ যৱৰ গুৱাহাটিত ৪২টঃ বুলিযে advt.মাৰিবলৈ।
- Sogood Islam Syeds announcement..
৫ জুলাই সংযুক্ত আরব আমিরাতে লেকচার দিবেন ডা. জাকির নায়েক (হাফিযাহুল্লাহ)-দুবাইতে ১০:৩০ মিনিটে যা সকল পিস টিভি Live প্রচার করবে।....request to all to increase the islamic authantic knowledge, pl. connect peace TV...
++++++++++++
অনেক ভাই বলেছেনঃ "তারবীহ" এর রাকাত সংখ্যা নিয়ে খুব চিন্তায় আছি। তারাবীহ ২০ রাকাত নাকি ৮ রাকাত ? তারা ভিডিওটি দেখুন ও শেয়ার করুন।




No comments:
Post a Comment