➡ আজিৰ বিষয় হল সিয়ামৰ (ৰোজা) অৰ্থ, নিয়ত আৰু ইফতাৰৰ দোৱা ।
☞ অৰ্থ – সিয়ামৰ শাব্দিক অৰ্থ হল বিৰত থকা । ফাৰ্চী ভাষাত ইয়াক ৰোজা বোলা হয় ।
☞ ৰোজাৰ নিয়ত কিদৰে কৰিম ?
- “নবী (ছ) য়ে কৈছে, যি ব্যাক্তিয়ে ফজৰৰ পূৰ্বে ৰোজাৰ নিয়ত নকৰে তাৰ কোনো ৰোজা নাই” ।
(আবুদাউদ ২১৪৩)
আৰু নিয়ত মনে মনে কৰিব লাগে, নিয়ত উচ্চচৰে পঢ়াতো উচিত নহয় আৰু ইয়াৰ কোনো দলিল শ্বৰীয়তত পোৱা নাযায় । ধৰাহল আপুনি অহাকালি ৰোজা ৰাখিব, আৰু আপুনি অন্তৰৰ পৰা সিদ্ধান্ত কৰিছে যে অহাকালি মই ৰোজা ৰাখিম, এইটোৱেই হ'ল নিয়ত ।
☞ আমাৰ সমাজত প্ৰচলিত এটা আৰবী ভাষাত নিয়ত
আছে, "নাওৱাইতুন আছুমা গাদাম্মিন......... আন্তাছ চামি উল আলিম" ইয়াৰ কোনো দলিল ছহিহ হাদীছত পোৱা
নাযায় ।
☞ কিহেৰে ইফতাৰ কৰিব ?
“সালাম ইবনে আমৰ (ৰা) ৰ পৰা বৰ্ণিত তেওঁ কৈছে যে, নবী কৰিম (ছ) য়ে কৈছে যে যেতিয়া তোমালোকৰ কোনোবাই ৰোজা ৰাখিবা, তেতিয়া সি যেন খেজুৰেৰে ইফতাৰ কৰে । যদি খেজুৰ পোৱা নাযায় তেনেহলে সি যেন পানীৰে ইফতাৰ কৰা,
কাৰণ পানী পবিত্ৰ ৷
( আবুদাউদ ২৩৪৭ বাংলা সংস্কৰণ)
☞ কোনো ৰোজাদাৰক ইফতাৰ কৰোৱা অত্যন্ত ছোৱাবৰ কাম ।
নবী কৰিম (ছ) য়ে কৈছে যে “যি ব্যক্তিয়ে কোনো ৰোজাদাৰক ইফতাৰ কৰায়, সি উক্ত ৰোজাদাৰৰ সমানেই ছোৱাব লাভ কৰিব” ।
(তিৰমিযী ৮০৭, আহমদ ১৭০৩৩)
☞ ইফতাৰৰ ছহীহ দোৱা –
- কেবল 'বিছমিল্লাহ' কৈ ইফতাৰ আৰম্ভ কৰিব আৰু ইফতাৰ শেষ হলে উক্ত দুৱাটো পঢ়িব ৷
“যাহাবায যামাউ ৱাবতাল্লাতিল উৰূক্ব, ৱাছাবাতাল আজৰু ইনশ্বা আল্লাহ” ।
অর্থ: পিয়াস দূৰীভূত হল, শিৰাসমূহ সিক্ত হল, ছাওৱাব প্রতিষ্ঠিত হল। ইন শ্বা আল্লাহ।
[ছূনানে আবু দাউদ -২৩৫৯ হাদীছ ছহীহ]
আমাৰ সমাজত প্রচলিত দুৱাটো ছহীহ হাদিছত নাই ৷
আল্লাহুমা ছুমতুলাকা......বিৰাহ মাতিকা ইয়া আৰহামাৰ ৰাহিমীন ৷
হাদিছটো দুর্বল ৷
➡ আমাৰ পেজটো আপুনাৰ ব্রাওজাৰ (browser) খনত ছেভ (save) কৰি ৰাখক, আমি ৰমজানৰ বাবে লাগতিয়াল মাছলা মাছেয়েল আগবঢ়াবলৈ চেষ্ঠা কৰিম, ইন শা আল্লাহ ৷
আৰু ২-৩ দিন পিছে পিছে আমাৰ পোষ্ট বিলাক চেক কৰি থাকিব, যাতে আপুনি কোনো পোষ্ট মিছ (miss) নকৰে ৷
☞ আপুনাৰ কোনে প্রশ্ন থাকিলে আমাক পেজৰ Inbox অত সুধিব পাৰে ৷

No comments:
Post a Comment